PhonePe | Logo
Our Solutions
For Businesses
For Consumers
menu
Offline PaymentsAccept payments & get notified
menu
Payment GatewayAccept online payments
menu
Payment Gateway PartnerRefer and earn commissions
menu
Payment LinksCreate links to collect payments
menu
Merchant LendingAccess business loans
menu
PhonePe AdsAdvertise on PhonePe apps
menu
PhonePe GuardianDetect fraud and manage risk
See Allright-arrow
menu
InsuranceSecure your financial future
menu
InvestmentsManage and grow wealth
menu
Consumer LendingSecure personal loans
menu
GoldInvest in digital gold
Press
Careers
About Us
Blog
Contact Us
Trust & Safety
PhonePe | Hamburger Menu
✕
Home
Our Solutions
For Businessesarrow
icon
Offline Payments
icon
Payment Gateway
icon
Payment Gateway Partner
icon
Payment Links
icon
Merchant Lending
icon
PhonePe Ads
icon
PhonePe Guardian
See all

For Consumersarrow
icon
Insurance
icon
Investments
icon
Consumer Lending
icon
Gold
Press
Careers
About Us
Blog
Contact Us
Trust & Safety
Privacy Policy

অটোপেৰ নিয়ম আৰু চৰ্তাৱলী

Englishગુજરાતીதமிழ்తెలుగుमराठीമലയാളംঅসমীয়াবাংলাहिन्दीಕನ್ನಡଓଡ଼ିଆ
< Back

এই নথিখন হৈছে তথ্য প্ৰযুক্তি আইন, 2000 (সময়ে সময়ে প্ৰকাশ কৰা অনুসৰি), প্ৰযোজ্য অনুসৰি ইয়াৰ নিয়মাৱলী আৰু তথ্য প্ৰযুক্তি আইন, 2000ৰ দ্বাৰা সংশোধন কৰা বিভিন্ন আইনত ইলেক্ট্ৰনিক ৰেকৰ্ড সম্পৰ্কীয় সংশোধিত ব্যৱস্থাৰ এক ইলেক্ট্ৰনিক ৰেকৰ্ড। এই ইলেক্ট্ৰনিক ৰেকৰ্ডটো কম্পিউটাৰ ছিষ্টেম এটাৰ দ্বাৰা সৃষ্টি কৰা হয় আৰু ইয়াৰ বাবে কোনো কায়িক বা ডিজিটেল স্বাক্ষৰৰ প্ৰয়োজন নহয়।

অনুগ্ৰহ কৰি PhonePe এপৰ জৰিয়তে এই কাৰ্যকাৰিতা এক্সেছ বা ব্যৱহাৰৰ আগতে অটোপে (“অটোপে নিয়মৱলী”) সম্পৰ্কীয় এই নিয়ম আৰু চৰ্তাৱলীসমূহ সাৱধানে পঢ়ক। এই অটোপে নিয়মৱলী হৈছে আপোনাৰ আৰু PhonePe লিমিটেড (পূৰ্বতে ‘PhonePe প্ৰাইভেট লিমিটেড’ নামেৰে জনাজাত) (“PhonePe”) মাজত এক বাধ্যতামূলক আইনী, ইয়াৰ পঞ্জীভুক্ত কাৰ্যালয়ৰ ঠিকনা- অফিচ-2, ফ্ল’ৰ 5 উইং A, ব্লক A, ছালাৰপুৰীয়া ছফ্টজʼন, ছাৰ্ভিচ ৰোড, গ্ৰীন গ্লেন লে’আউট, বেলাণ্ডুৰ, বাংগালোৰ, ছাউথ বাংগালোৰ, কৰ্ণাটক, ভাৰত – 560103। আপুনি সন্মত হৈছে আৰু স্বীকাৰ কৰিছে যে আপুনি তলত দিয়া অটোপে নিয়মাৱলী পঢ়িছে। যদি আপুনি এই অটোপে চৰ্তাৱলীত সন্মত নহয় বা এই অটোপে চৰ্তাৱলীৰ মানি চলিব নিবিচাৰে, তেন্তে আপুনি এই কাৰ্যকাৰিতা প্ৰাপ্ত/ব্যৱহাৰ নকৰিবলৈ বাছনি কৰিব পাৰে।

এই অটোপে নিয়মাৱলীয়ে PhonePe-এ সক্ষম কৰা এক কাৰ্যকাৰিতা নিয়ন্ত্ৰণ কৰে য’ত PhonePe ব্যৱহাৰকাৰীয়ে(সকলে) অটোপে নিয়মাৱলী অনুসৰি PhonePe এপত PhonePe ব্যৱহাৰকাৰী (সকল)য়ে নিৰ্ধাৰণ কৰা বা বাছনি কৰা পুনৰাবৃত্তিমতে PhonePe ব্যৱহাৰকাৰী (সকল)ৰ হৈ পৰিশোধ কৰিবলৈ PhonePeক আগতীয়াকৈ অনুমোদন প্ৰদান কৰি যোগ্য ব্যৱসায়ী (সকল)ৰ বাবে এই অটোপে পেমেণ্ট(সমূহ) (তলত সংজ্ঞায়িত কৰা অনুসৰি) ছেট-আপ কৰিব পাৰে।

  1. সংজ্ঞা
    1. “কাৰ্য” মানে হৈছে এই অটোপে নিয়মাৱলীৰ ধাৰা V-ৰ অধীনত নিৰ্ধাৰণ কৰা কাৰ্য, যিবোৰ এগৰাকী PhonePe ব্যৱহাৰকাৰীয়ে এটা মেণ্ডেটৰ বৈধতাৰ সময়ত আৰু সেই সম্পৰ্কত গ্ৰহণ কৰিব পাৰে/অনুৰোধ কৰিব পাৰে।
    2. “অটো টপ-আপ মেণ্ডেট” হৈছে UPI সুবিধাৰ বেলেন্স ন্যূনতম সীমাত উপনীত হʼলে UPI লাইট সুবিধা ৰ বাবে RBI, NPCI আৰু/বা আন নিয়ন্ত্ৰণকাৰী কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্ধাৰিত সৰ্বাধিক অনুমোদিত টপ-আপ লিমিট পৰ্যন্ত UPI-Lite সুবিধা বেলেন্সৰ অটোমেটিক টপ-আপৰ বাবে এক মেণ্ডেট (তলত দিয়া সংজ্ঞা অনুসৰি)।
    3. “স্বয়ংক্ৰিয় পেমেণ্ট” বা “স্বয়ংক্ৰিয় লেনদেন(সমূহ)” মানে হৈছে এনে পেমেণ্ট(সমূহ), যিবোৰ এক মেণ্ডেটৰ অধীনত PhonePe ব্যৱহাৰকাৰীয়ে নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট পুনৰাবৃত্তি অনুসৰি PhonePeএ সক্ষম কৰে।
    4. “যোগ্য ব্যৱসায়ী” মানে হৈছে এনে যোগ্য শ্ৰেণীৰ ব্যৱসায়ী, সেৱা প্ৰদানকাৰী(সকল), বিলাৰ(সকল), যিসকলৰ ওচৰত এই অটোপে নিয়মাৱলীৰ অনুসৰি PhonePe ব্যৱহাৰকাৰী(সকল)ৰ পৰা স্বয়ংক্ৰিয় পেমেণ্ট গ্ৰহণ কৰিবলৈ PhonePeৰ সুবিধা আছে।
    5. “মেণ্ডেট” হৈছে এই অটোপেৰ নিয়মাৱলী অনুসৰি স্বয়ংক্ৰিয় পেমেণ্ট(সমূহ)ৰ বাবে PhonePe এপৰ জৰিয়তে PhonePe ব্যৱহাৰকাৰীয়ে যোগ্য ব্যৱসায়ী(সকল) লৈ প্ৰদান কৰা স্থায়ী নিৰ্দেশ / অনুমোদন।
    6. “মেণ্ডেট কাৰ্যকৰীকৰণ” মানে হৈছে আপোনাৰ জাৰীকৰ্তা বেংকে PhonePeৰ দ্বাৰা সক্ষম, আপুনি বাছনি কৰা পেমেণ্ট মোড অনুসৰি এক মেণ্ডেট সম্পৰ্কত এক নিৰ্দিষ্ট অটোপে পেমেণ্টৰ বাবে কৰা সফল কৰ্তন।
    7. “মেণ্ডেটৰ সীমা(সমূহ)” হৈছে এক মেণ্ডেট সম্পৰ্কীয় তেনে সীমা(সমূহ), যিবোৰ (i) কোনো স্বয়ংক্ৰিয় পেমেণ্টৰ পূৰ্ব-নিৰ্ধাৰিত মূল্য, অথবা (ii) RBI/NPCIএ নিৰ্ধাৰণ কৰা সৰ্বাধিক/সামগ্ৰিক অনুমোদিত সীমা (সময়-সময়ে আপডেট কৰা অনুসৰি) ৰ অধীনত স্বয়ংক্ৰিয় পেমেণ্টৰ এক পৰিবৰ্তনশীল মূল্য।
    8. “মেণ্ডেট পঞ্জীয়ন” হৈছে PhonePe ব্যৱহাৰকাৰীয়ে প্ৰদান কৰিবলগীয়া কোনো মেণ্ডেট সম্পৰ্কীয় বিৱৰণ/ইনপুট যাৰ ভিতৰত আছে, (i) (i) মেণ্ডেটৰ সৈতে সম্পৰ্কিত মাপকাঠী, (ii) মেণ্ডেটৰ সৈতে সম্পৰ্কিত আৰম্ভণি তাৰিখ আৰু শেষ তাৰিখ, (iii) মেণ্ডেটৰ সীমা, (iv) মেণ্ডেটৰ পুনৰাবৃত্তি।
  1. মেণ্ডেট ছেট আপ
    PhonePe এপৰ জৰিয়তে আপোনাৰ জাৰীকৰ্তা বেংকে সফল বৈধকৰণ / প্ৰমাণীকৰণৰ পিছতহে মেণ্ডেট ছেট-আপ কৰা হ’ব। মেণ্ডেট ছেট-আপ কৰিবলৈ আপুনি এটা নিৰ্দিষ্ট স্বয়ংক্ৰিয় পেমেণ্টৰ ক্ষেত্ৰত মেণ্ডেট পঞ্জীয়নৰ সৈতে সম্পৰ্কিত বিৱৰণসমূহ শ্বেয়াৰ কৰিব লাগিব। ইয়াৰ উপৰিও, আপুনি মেণ্ডেট ছেট-আপৰ সৈতে আগবাঢ়িবলৈ এই কাৰ্যকাৰিতাৰ অধীনত PhonePeৰ দ্বাৰা সক্ষম কৰা এনে পেমেণ্ট মোড(সমূহ) / পেমেণ্ট ইনষ্ট্ৰুমেণ্ট(সমূহ) বাছনি কৰিব পাৰে।
    মেণ্ডেটৰ সফল পঞ্জীয়নৰ পিছত আপুনি নিৰ্ধাৰণ কৰা মেণ্ডেটৰ পুনৰাবৃত্তিৰ ওপৰত আধাৰিত কৰি এক মেণ্ডেট কাৰ্যকৰীকৰণ হ’ব আৰু এনে অনুমোদিত ধনৰাশি আপোনাৰ লিংক হৈ থকা বেংক একাউণ্ট / ক্ৰেডিট লিমিট (যিটোৱে হয়‌)ৰ পৰা কৰ্তন কৰা হ’ব তথা এনে স্বয়ংক্ৰিয় পেমেণ্টৰ সম্পৰ্কত নিৰ্ধাৰিত প্ৰাপ্তকৰ্তা/হিতাধিকাৰীলৈ ট্ৰেন্সফাৰ কৰা হ’ব।    
    কোনো মেণ্ডেটৰ প্ৰত্যাখ্যান, বিফলতা, বা অপেক্ষৰত স্থিতি বা মেণ্ডেট কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত PhonePeএ কোনো ধৰণৰ দায়বদ্ধতা নলয় আৰু এই ক্ষেত্ৰত আপোনাৰ জাৰীকৰ্তা বেংকে গ্ৰহণ কৰা এনে বৈধতা(সমূহ)/প্ৰমাণীকৰণৰ ক্ষেত্ৰত কোনো ভূমিকা বা দায়বদ্ধ নহয়।  
  2. UPI-Liteৰ বাবে অটো-টপ মেণ্ডেট
    যদি আপুনি PhonePe এপৰ জৰিয়তে সক্ষম কৰা UPI Lite সুবিধা বাছনি কৰিছে, তেন্তে এই অটোপে নিয়মাৱলী অনুসৰি UPI Lite সুবিধাৰ বাবে অটো টপ-আপৰ বাবে প্ৰযোজ্য মেণ্ডেট সীমা অনুসৰি আপোনাৰ অটো-টপ-আপ মেণ্ডেট ছেট আপ কৰাৰ এক বিকল্প থাকিব।
    উদাহৰণ: UPI Lite সুবিধাৰ বেলেন্স ₹200তকৈ কম হোৱাৰ ক্ষেত্ৰত এগৰাকী PhonePe ব্যৱহাৰকাৰীয়ে তেওঁৰ UPI Lite সুবিধাত ₹300 যোগ কৰিবলৈ এটা অটো-টপ-আপ মেণ্ডেট ছেট কৰিব পাৰে। তেনেদৰে, প্ৰতিবাৰ বেলেন্স ₹200তকৈ কম হ’লে এনে PhonePe ব্যৱহাৰকাৰীৰ বেংক একাউণ্টৰ পৰা ₹300 ডেবিট কৰা হ’ব।
  3. মেণ্ডেট কাৰ্যকৰীকৰণ
    আপোনাৰ বেংক একাউণ্টত পৰ্যাপ্ত পুঁজি বজাই ৰাখিলে আৰু/বা মেণ্ডেট ছেট-আপৰ সময়ত আপুনি বাছনি কৰা পেমেণ্ট ইনষ্ট্ৰুমেণ্ট/মোডৰ ওপৰত ভিত্তি কৰি ক্ৰেডিট লিমিট উপলব্ধ (যিটোৱে হয়‌) থাকিলেহে আপোনাৰ মেণ্ডেট(সমূহ) প্ৰক্ৰিয়াকৰণ কৰা। এনে কৰাত ব্যৰ্থ হʼলে, আপোনাৰ মেণ্ডেট কাৰ্যকৰীকৰণ বিফল হ’ব।  
    অনুগ্ৰহ কৰি মন কৰিব যে PhonePeৰ জৰিয়তে মেণ্ডেট প্ৰক্ৰিয়াকৰণ কৰাৰ পিছত, আপোনাৰ যোগ্য ব্যৱসায়ীয়ে কৰা স্বয়ংক্ৰিয় পেমেণ্টৰ সম্পৰ্কত চূড়ান্ত পেমেণ্টৰ স্থিতিৰ বিষয়ে নিশ্চিতকৰণ প্ৰাপ্ত কৰিবলৈ আপোনাক স্বয়ংক্ৰিয় পেমেণ্টৰ তাৰিখৰ পৰা 2 (দুই)ৰ পৰা 10 (দহ) দিন পৰ্যন্ত সময় লাগিব পাৰে।
    আপোনাক প্ৰযোজ্য আইন(সমূহ)/জাননী(সমূহ)/নিৰ্দেশাৱলী(সমূহ) (সময়ে সময়ে সংশোধন কৰা অনুসৰি) অধীনত নিয়ামক সংস্থাসমূহে নিৰ্ধাৰণ কৰা ধৰণে মেণ্ডেট / মেণ্ডেট কাৰ্যকৰীকৰণৰ সম্পৰ্কীয় অন্যান্য বিৱৰণৰ লগতে আপোনাৰ স্বয়ংক্ৰিয় পেমেণ্টৰ সম্পৰ্কত আপোনাৰ লিংক কৰা বেংক একাউণ্ট, ক্ৰেডিট লিমিট (যিটোৱে হয়‌)লৈ প্ৰকৃত ডেবিটৰ পূৰ্বে আৰু সফল মেণ্ডেট কাৰ্যকৰীকৰণ হোৱাৰ পাছত পঞ্জীভুক্ত মʼবাইল নম্বৰত অৱগত কৰা হʼব।
  4. মেণ্ডেট সম্পৰ্কীয় কাৰ্য(সমূহ):
    আপুনি এটা মেণ্ডেটৰ বৈধতাৰ সময়ত PhonePe এপৰ জৰিয়তে আপোনাৰ মেণ্ডেট (অটো টপ-আপ মেণ্ডেটসহ) পৰিচালনা কৰাৰ সম্পৰ্কত নিম্নলিখিত কাৰ্য(সমূহ) গ্ৰহণ কৰিব পাৰে, যেনে (i) মেণ্ডেট পঞ্জীয়নৰ সময়ত আপুনি নিৰ্ধাৰণ কৰা মেণ্ডেট সীমাৰ সংশোধন, (ii) মেণ্ডেট পʼজ আৰু/বা আন-পʼজ কৰা, (iii) স্বয়ংক্ৰিয় পেমেণ্টৰ সম্পৰ্কত আপোনাৰ জাৰীকৰ্তা বেংকে ৰিডেম্পছন আৰম্ভ কৰাৰ আগতে মেণ্ডেট প্ৰত্যাহাৰ / তুলি লোৱা। 
    আপুনি সন্মত হৈছে যে মেণ্ডেটৰ সম্পৰ্কত আপুনি লোৱা কাৰ্য(সমূহ) আপোনাৰ জাৰীকৰ্তা বেংকৰ তৰফৰ পৰা অতিৰিক্ত বৈধকৰণ নাইবা অনুমোদনৰ অধীন হʼব পাৰে। আপুনি লগতে সন্মত হৈছে যে আপুনি গ্ৰহণ কৰা কাৰ্য(সমূহ) এই অটোপে নিয়মাৱলী অনুসৰি হʼব আৰু প্ৰযোজ্য আইন(সমূহ) অনুপালন কৰিব আৰু আপুনি RBI / NPCI নাইবা আপোনাৰ জাৰীকৰ্তা বেংকে (যিটোৱে হয়‌) নিৰ্ধাৰণ কৰা অনুসৰি ব্যৱস্থা(সমূহ)ৰ সৈতে সম্পৰ্কিত এনে সময়সীমা মানি চলিব। 
  5. শুল্ক(সমূহ)
    মেণ্ডেট সম্পৰ্কীয় শুল্ক / মাচুল(সমূহ) আৰোপ কৰা হ’ব পাৰে। এনে প্ৰযোজ্য শুল্ক / মাচুল(সমূহ) PhoenPeৰ দ্বাৰা প্ৰদৰ্শিত হ’ব আৰু আপুনি ইয়াৰ সম্পৰ্কত এনে শুল্ক/ মাচুল(সমূহ) পৰিশোধ কৰিবলৈ সন্মত হৈছে।  
  6. দায়বদ্ধতা
    আপুনি সন্মত আৰু নিম্নলিখিতবোৰ স্বীকাৰ কৰিছে: 
    1. PhonePe হৈছে আপোনাৰ জাৰীকৰ্তা বেংকে স্বয়ংক্ৰিয় পেমেণ্ট(সমূহ)ৰ বাবে আৰম্ভ কৰা মেণ্ডেট(সমূহ)ৰ বাবে পেমেণ্ট সুবিধা প্ৰদানকাৰী আৰু নিৰ্ধাৰিত প্ৰাপ্তকৰ্তা/হিতাধিকাৰীক পৰিশোধ কৰিব লগা পেমেণ্ট লেনদেনৰ পক্ষ নহয়।
    2. PhonePe ব্যৱহাৰকাৰীয়ে নিৰ্ধাৰণ কৰা মেণ্ডেট(সমূহ) আৰু PhonePe এপৰ জৰিয়তে মেণ্ডেট পঞ্জীয়নৰ বাবে শ্বেয়াৰ কৰা বিৱৰণৰ ওপৰত ভিত্তি কৰি সকলো মেণ্ডেটৰ কাৰ্যকৰীকৰণ PhonePe এপৰ জৰিয়তে হ’ব। কোনো নিৰ্দিষ্ট স্বয়ংক্ৰিয় পেমেণ্টৰ বাবে আপোনাৰ লিংক হৈ থকা বেংক একাউণ্ট/ক্ৰেডিট লিমিট (যিটোৱে হয়‌)ৰ পৰা কৰ্তন কৰা আৰু/বা যিকোনো ডাবল পেমেণ্টৰ বাবে কৰ্তন কৰা পৰিমাণ(সমূহ)ৰ কোনো সত্যাপনৰ বাবে PhonePe দায়বদ্ধ নহ’ব। PhonePe এপৰ জৰিয়তে এই কাৰ্যকাৰিতাৰ অধীনত প্ৰতিটো মেণ্ডেটৰ বাবে প্ৰদান কৰা/অনুমোদিত বিৱৰণ সত্যাপন কৰাটো আপোনাৰ দায়িত্ব হ’ব।
    3. নিৰ্দিষ্ট প্ৰাপ্তকাৰী/হিতাধিকাৰীৰ পৰা স্বয়ংক্ৰিয় পেমেণ্ট(সমূহ)ৰ সম্পৰ্কত আপুনি গ্ৰহণ কৰা সামগ্ৰী(সমূহ), সেৱা(সমূহ)ৰ সম্পৰ্কত কোনো সমস্যা, উদ্বেগ বা বিবাদ(সমূহ)ৰ বাবে PhoenPeএ কোনো দায়িত্ব বহন নকৰিব। এই ক্ষেত্ৰত আপুনি আপোনাৰ সামগ্ৰী(সমূহ) / সেৱা(সমূহ) সম্পৰ্কীয় প্ৰশ্নৰ বাবে যোগ্য ব্যৱসায়ীসকলৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পাৰে।
    4. আপুনি সন্মত আৰু স্বীকাৰ কৰিছে যে এক সফল মেণ্ডেট কাৰ্যকৰীকৰণ কৰাৰ বাবে আপুনি আপোনাৰ লিংক হৈ থকা বেংক একাউণ্ট/ক্ৰেডিট লিমিটত (যিটোৱে হʼব পাৰে) পৰ্যাপ্ত বেলেন্স বজাই ৰাখিব। আপোনাৰ লিংক হৈ থকা বেংক একাউণ্ট / ক্ৰেডিট লিমিটত (যিটোৱে হয়‌) পৰ্যাপ্ত পুঁজি উপলব্ধ নোহোৱাৰ বাবে মেণ্ডেট কাৰ্যকৰীকৰণ কৰাত বিফল বা খাৰিজ হোৱাৰ সম্পৰ্কত কোনো দায়বদ্ধতাৰ বাবে PhonePe দায়বদ্ধ নহ’ব।
    5. এই কাৰ্যকাৰিতাৰ অধীনত PhonePe এপৰ জৰিয়তে সক্ষম কৰা আপোনাৰ কাৰ্য(সমূহ), মেণ্ডেট(সমূহ), কাৰ্যকৰীকৰণ(সমূহ) নিয়মীয়াকৈ পুনৰীক্ষণ কৰাটো আপোনাৰ দায়িত্ব হ’ব। স্বয়ংক্ৰিয় পেমেণ্ট(সমূহ)ৰ সম্পৰ্কত আপোনাৰ জাৰীকৰ্তা বেংক/যোগ্য ব্যৱসায়ীয়ে আৰোপ কৰা কোনো অননুমোদিত শুল্ক, জৰিমনা, বিলম্ব মাচুল(সমূহ) বা স্বয়ংক্ৰিয় পেমেণ্টৰ সম্পৰ্কত আপুনি নিৰ্ধাৰণ কৰা মেণ্ডেট পঞ্জীয়ন / মেণ্ডেট সীমাৰ সম্পৰ্কত হোৱা কোনো বিসংগতিৰ বাবে PhonePe দায়বদ্ধ নহ’ব।
    6. আপুনি এই ফীচাৰৰ অধীনত সক্ষম কৰা স্বয়ংক্ৰিয় পেমেণ্টৰ বাবে প্ৰাসঙ্গিক নিৰ্দেশাৱলী / প্ৰযোজ্য আইন(সমূহ)ৰ অধীনত RBI/NPCIৰ দ্বাৰা নিৰ্ধাৰিত মেণ্ডেট সীমা(সমূহ)ৰ অনুপালন আৰু মানি চলাটো নিশ্চিত কৰিবলৈ সন্মত হৈছে।
  7. সাধাৰণ
    1. আপুনি PhonePe, ইয়াৰ সহযোগী প্ৰতিষ্ঠান, কৰ্মচাৰী, সঞ্চালক, বিষয়া, এজেণ্ট আৰু প্ৰতিনিধিসকলক যিকোনো আৰু সকলো ধৰণৰ ক্ষতি, হানি, কাৰ্য, দাবী আৰু দায়িত্ব (আইনী খৰচকে ধৰি)ৰ পৰা মুক্ত কৰিবলৈ সন্মত হয়, যিবোৰ এই অটোপে নিয়মাৱলীৰ সৈতে সম্পৰ্কিত হ’ব পাৰে।
    2. কোনো পৰিস্থিতিতে PhonePeএ কোনো পৰোক্ষ, পৰিণামমূলক, আকস্মিক, বিশেষ বা শাস্তিমূলক ক্ষতিৰ বাবে দায়বদ্ধ নহ’ব, যাৰ ভিতৰত আছে, কিন্তু ইয়াৰ সৈতে সীমাবদ্ধ নহয়, লাভ বা ৰাজহ হেৰুওৱাৰ ক্ষতি, ব্যৱসায়িক বাধা, ব্যৱসায়িক সুযোগ হেৰুওৱা, তথ্য হেৰুওৱা বা অন্য অৰ্থনৈতিক স্বাৰ্থ হেৰুওৱা, চুক্তি, গাফিলতি, অপকৰ্ম বা অন্যথা, এই Autopay চৰ্তসমূহৰ সৈতে সম্পৰ্কিত প্ৰদান কৰা তথ্যৰ ব্যৱহাৰৰ পৰা বা ব্যৱহাৰ নকৰাৰ বাবে উদ্ভৱ হোৱা, যেনেদৰেই নহওক, চুক্তি, অপকৰ্ম, গাফিলতি, ৱাৰেণ্টী বা অন্যথা।
    3. আইনসমূহৰ সংঘাতৰ নীতি সত্ত্বেও এই অটোপে নিয়মাৱলীৰ ক্ষেত্ৰত ভাৰতীয় আইন প্ৰযোজ্য হ’ব। এই অটোপে নিয়মাৱলীৰ সম্পৰ্কত আপোনাৰ আৰু PhonePeৰ মাজত সম্পূৰ্ণ বা আংশিকভাৱে উদ্ভৱ হোৱা যিকোনো দাবী বা বিবাদ কেৱল বাংগালোৰত অৱস্থিত দক্ষ ন্যায়াধিকৰণৰ আদালতৰ দ্বাৰা নিষ্পত্তি কৰা হ’ব।
    4. PhonePeএ এই অটোপে নিয়মাৱলী অনুসৰি উপলব্ধ কৰা এই কাৰ্যকাৰিতাৰ সঠিকতা আৰু প্ৰকৃততা সম্পৰ্কে সকলো ৱাৰেণ্টী, প্ৰকাশ বা অন্তৰ্নিহিত অৰ্থ অস্বীকাৰ কৰে।
    5. PhonePe ব্যৱহাৰৰ নিয়মাৱলী আৰু PhonePe গোপনীয়তা নীতি এই অটোপে নিয়মাৱলীত প্ৰসংগক্ৰমে অন্তৰ্ভুক্ত কৰা বুলি গণ্য কৰা হ’ব। এই নিয়মাৱলী আৰু PhonePe ব্যৱহাৰৰ নিয়মাৱলীৰ মাজত যিকোনো সংঘাতৰ ক্ষেত্ৰত, এই অটোপে নিয়মাৱলীৰ যোগেৰে সক্ষম এই কাৰ্যকাৰিতাৰ সন্দৰ্ভত এই অটোপে নিয়মাৱলীয়ে প্ৰাধান্য লাভ কৰিব।
PhonePe Logo

Business Solutions

  • Payment Gateway
  • E-commerce PG
  • UPI Payment Gateway
  • Guardian by PhonePe
  • Express Checkout
  • Offline Merchant
  • Advertise on PhonePe
  • SmartSpeaker
  • POS Machine
  • Payment Links
  • Travel & Commute

Insurance

  • Motor Insurance
  • Bike Insurance
  • Car Insurance
  • Health Insurance
  • Arogya Sanjeevani Policy
  • Life Insurance
  • Term Life Insurance
  • Personal Accident Insurance
  • Travel Insurance
  • International Travel Insurance

Investments

  • 24K Gold
  • Liquid Funds
  • Tax Saving Funds
  • Equity Funds
  • Debt Funds
  • Hybrid Funds

Lending

  • Consumer Lending
  • Merchant Lending

General

  • About Us
  • Careers
  • Contact Us
  • Press
  • Ethics
  • Report Vulnerability
  • Merchant Partners
  • Blog
  • Tech Blog
  • PhonePe Pulse

Legal

  • Terms & Conditions
  • Privacy Policy
  • Grievance Policy
  • How to Pay
  • E-Waste Policy
  • Trust & Safety
  • Global Anti-Corruption Policy

See All Apps

Download PhonePe App Button Icon

PhonePe Group

  • Indus Appstoreexternal link icon
  • Share.Marketexternal link icon
  • Pincodeexternal link icon

Certification

Sisa Logoexternal link icon
LinkedIn Logo
Twitter Logo
Fb Logo
YT Logo
© 2025, All rights reserved
PhonePe Logo

Business Solutions

arrow icon
  • Payment Gateway
  • E-commerce PG
  • UPI Payment Gateway
  • Guardian by PhonePe
  • Express Checkout
  • Offline Merchant
  • Advertise on PhonePe
  • SmartSpeaker
  • POS Machine
  • Payment Links
  • Travel & Commute

Insurance

arrow icon
  • Motor Insurance
  • Bike Insurance
  • Car Insurance
  • Health Insurance
  • Arogya Sanjeevani Policy
  • Life Insurance
  • Term Life Insurance
  • Personal Accident Insurance
  • Travel Insurance
  • International Travel Insurance

Investments

arrow icon
  • 24K Gold
  • Liquid Funds
  • Tax Saving Funds
  • Equity Funds
  • Debt Funds
  • Hybrid Funds

Lending

arrow icon
  • Consumer Lending
  • Merchant Lending

General

arrow icon
  • About Us
  • Careers
  • Contact Us
  • Press
  • Ethics
  • Report Vulnerability
  • Merchant Partners
  • Blog
  • Tech Blog
  • PhonePe Pulse

Legal

arrow icon
  • Terms & Conditions
  • Privacy Policy
  • Grievance Policy
  • How to Pay
  • E-Waste Policy
  • Trust & Safety
  • Global Anti-Corruption Policy

PhonePe Group

arrow icon
  • Indus Appstoreexternal link icon
  • Share.Marketexternal link icon
  • Pincodeexternal link icon

Certification

Sisa Logo

See All Apps

Download PhonePe App Button Icon
LinkedIn Logo
Twitter Logo
Fb Logo
YT Logo
© 2025, All rights reserved